Header Ads Widget

অনুতাপ ,অণুগল্প,কাৰ্চাং তাকাৰ

 অনুতাপ

(ৰামধেনু অসম আলোচনীত প্ৰকাশিত)

 ৰমেনে চোতালতে বহি  বৰ্তমানৰ কাম-কাজক লৈ ভৱিষ্যতে বাৰু নিজকে কেনেকৈ  নতুনৰ আগত চিনাকি দিব তাকেই আকাশ-পাতাল ভাৱি আছে । কিয়নো নাভাৱিব  ককাদেউতাক সন্ধিয়াৰ সময়ত শৰতৰ কোলাতে বহি শেৱালিৰ গোন্ধ লৈ শুনাইছিল তাহানিৰ সাধুবোৰ মাজে মাজে। ৰামায়ণ-মহাভাৰতৰ কাহিনী ।কিন্তু আমি আইৰ কোলাত বহি শুনিলো জানো এই সাধুবোৰ ? এতিয়া জানো অনুতাপ কৰি কিবা লাভ হব ? য'ত সাধু শুনাৰ সলনি মবাইলত যে  সময় কটাইছিলোঁ আমিও জানো ক'ব পাৰিম আমাৰ সন্তানক ? আমিও এদিন আইৰ কোলাতে বহি সাধু শুনিছিলোঁ বুলি ।



Post a Comment

0 Comments