Header Ads Widget

সেই বাটেৰে নাযাবা তুমি॥karchang Takar

 

সেই বাটেৰে নাযাবা তুমি

মোৰ পয়েম


সেই পথেদি নাযাব তুমি আইৰ বুকুখন বৰ বিষায়,
সেই পথেদি গলেই তোমাৰ সোণ-সুৱগা ভৰি দুখনিক শুলে বিন্ধিব ,তুমি বৰ কষ্ট পাবা অ !
সন্ধিয়া হলেই বীৰত্বৰ অসুৰে সেই পথৰ কাষেয়েদি ধুৱা উৰুৱাই,
ধুৱাৰ সেই পানীয় চাপে দুশুকলা গালত পৰিলেই কলা পৰিব॥
বনৰ অকলশৰীয়া হৰিণীক দেখিলেই নেৰে পিছ
কাৰন তেওঁলোক বিচাৰি ফুৰে যৌৱনতাৰ ৰক্ত ,কাৰণ তেওঁলোক তেজপিয়া দানৱ।

যেতিয়া পৰিবা তুমি দানৱৰ কবলত
আৰু পিছদিনা তুমি হবাগৈ বাতৰি কাকতৰ শিৰোনামা ,
দেশে-দহকে চাৰকাৰ হব তোমাৰ নাম
লাজতে-মৰহি যাব তোমাৰ আত্মীয় ফুল,
সেইয়ে কৈছো তোমাক এই বাটেৰে নাযাবা চোন??

কাৰ্চাং তাকাৰpl
লখিমপুৰ(দোঁৱাৰ গাওঁ)
কবিতা-(সেই বাটেৰে তুমি নাযাবা)
৬০০২০৭৬৮৮৬




Post a Comment

0 Comments