Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,পঞ্চম খন্ড,কাৰ্চাং তাকাৰ

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,পঞ্চম খন্ড,কাৰ্চাং তাকাৰ

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,পঞ্চম খন্ড,কাৰ্চাং তাকাৰ
voll-5



 পঞ্চম খন্ড




অচিন:- আই ঐ দেহা....চাওঁ ,চাওঁ মুখখনিক ,তোক কি কম আৰু,কলি যুগৰ কৃষ্ণ তুমিয়ে মহান আৰু? এনে সময়ত অৰ্থাত অচিন আৰু প্ৰণয়ৰ মাজত কথোপকথনৰ মাজতে স্ফুৰ্তিৰ ৰং সানিবলৈ নিলমো ,সোমাই পৰে আৰু ধেমালীৰ কৌতুহলেৰে প্ৰণয়ক কয় ,

নিলম:- অ ..দাদা! পিছে চুনামী নে  শেৱালীক ? মই কিন্তু সেইবোৰ নুশুনো বিয়াত মানুহ বেছি হল কিবাকিবি হল সেইবোৰ নুশুনো মাথো মোক তোৰ পিছফালে থিয় হৈ ছাতি ধৰিব পালেই হল ,সেই সপোনটো বাস্তৱ কৰিব তুমি নোৱাৰিবানে ? প্ৰণয়ে নিলমক ৰঙা চকু দেখুৱাই ধেমালীৰ জালক দেখি ,প্ৰণয় কোনোমতেই সহ্য কৰিব পৰা নাই,কেৱল ভিতৰি এটাই চিন্তা তাই গম পালে কথাষাৰ বেয়া হব বুলিয়ো প্ৰণয়ে বাৰম্ভাৰৱ নিলমক কাবৌ কৰিছে ।কতনো  কোনে কি  শুনিব ,প্ৰণয়ৰ অনুৰুধৰ কথাবোৰ যিমানেই ভগৱানক কাকূতি কৰাৰ ধৰে কৰাৰ পাছতো নিলমে প্ৰণয়ক জ্বলা জুইত ঘিহুহে বেছিকৈ ডালিছে । প্ৰণয়ৰ উপায় নাইকিয়া হৈছে শেষত প্ৰণয়েই নিকে কব লগাত  বাধ্যত পৰিছে 

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,পঞ্চম খন্ড,কাৰ্চাং তাকাৰ
voll 5 highlight

প্ৰণয়:- দেউতা ঈশ্বৰ কাৰ ৰোষত পৰি ,আপোনালোকৰ লগত মুখাগ্নি হব লগা হৈছো কেৱল ভগৱানহে জানে । প্ৰায় সকলোৰ মাজত  কথা-পাতি থকাৰ  সময়ত মহাবিদ্যালয়ৰ ডেৰ ঘন্টাৰ বেল বজাৰ ছটফটীয়া অৱস্থাত পৰিছে অচিনৰ যেন পানীৰ পিয়াহঁত পিকপীকাইছে যেন সকলোৰে বোধ হল । সৰ্বগণৰ মাজতে বিপাংঙত নামি পৰিছে প্ৰণয় ,নিলম হতৰ লগত মোৰো যেন লৰাটোৰ কি হল ,??

সকলোৰে মাজতে ভিতৰি ভিতৰি চিন্তিত অচিনৰ হাৰ্টৰ বেমাৰ নাইটো ,কিয় লোৰ তীক্ষ্ণতাৰ শব্দ শুনাৰ লগে লগে কিয় এনেকুৱা অৱস্থা হৈছে ।লগে লগেই যেন অচিনে আমাৰ পৰা একো নোকোৱাকৈ গন্তব্যস্থান হৈছে । আমিনো কি কম আৰু নিশ্চয় ডাঙৰ অঘটন ঘটিছে । শুকাহৰুদ্ধ অৱস্থাৰ মাজতো আকৌ নিলমৰ ধেমালীৰ ভাষ্য।

নিলম :- হব ! হব! তুমি ইমান শুকাহৰুদ্ধ হব নালাগে নহয়,  চুনামিৰ শুকাহ বন্ধ হোৱা নাই নহয় ?এনে সময়ৰ মাজতে বিনোদৰ মৰ্মান্তিক প্ৰশ্ন  ।

বিনোদ:- কালি কথাষাৰ শুনি বৰ বেয়া লাগিল ! নাজানো কিয় কান্দিব লগা হল?

মই সুধিলো:- কোনে কিয়,কেতিয়া? জানো তুমিয়ে জানা আৰু কি..বা কৈ আছ? আমি হলে একো বুজানাই ?

নিলম:- কথাবোৰ অলপ খুলাখুলিকৈ কলে ভাল পাম আৰু ?

বিনোদ :- জাহ্নৱীয়ে কালি ফোনত কৈছিলে ,তাই এনো কালি ওৰেইটো ৰাতি কান্দি আছিলে ? 

নিলম:- কোন?

বিনোদ:- ইয়াৰ পিছৰখিনিক মই নকওঁ,ইয়াৰ পিছৰখিনিক প্ৰণয়ে কব ?

প্ৰণয়:- মই নাজানোঁ । প্ৰণয়ৰ এনেকুৱা অৱস্থা হৈছেগৈ যত আমাকো কৱ নোৱাৰে ? 

ৰব ৰব আচল কথাটো মইয়েই কওঁ ,সৌ সিদিনা জানুৱাৰীৰ শেষৰ শনিবাৰ । প্ৰণয়ে মৰমতে বন্ধুত্বৰ চিন স্বৰূপে আনন্দ বজাৰৰ পৰা চিচা গ্লাছৰ বাৰ্বি ডল এটা তাইক মানে চুনামিক উপহাৰ দিছে ,চুনামিৰ এনো পুতলাৰ ভিতৰত আটাইতকৈ বাৰ্বি ডলেই বেষ্ট তাকেই ভাৱি আনি দিছে তাইক । কিছু উপহাৰ কিছু হৃদয়ৰ অনুভুতি, হৃদয়ৰ সংযোজন,আপোনাৰ মনত নিশ্চয় প্ৰেমৰ ভাৱ জাগিছে মই হলে গম পাইছো what about you thinking now ? আপুনি  নিশ্চয় ভাৱিছে ডাল মে কূছ কালা হ্যে ।

 

((পৰৱৰ্তী ষষ্ঠ খন্ডত))

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি,পঞ্চম খন্ড,কাৰ্চাং তাকাৰtapan
ক্লিক কৰক চতুৰ্থ খন্ডটো পঢ়িবলৈ



Post a Comment

0 Comments