Blogspot বা Blogger কি ,What is Blogg in Assamese language

Bloggs mean

Blogger(পুৰ্ব নাম-Blogspot) যত উপলব্ধ হয় Google playestoreত ,ইয়াক Blogghosting ক যত google blogger Program ৰ দ্বাৰা প্ৰকাশ কৰা যায় ।ইয়াৰ সহায়ত Domain Name আৰু Hosting ক যিমান পাৰি নিশুদ্ধ বাবে উপলব্ধ কৰোৱা হয় ।Google adsense ৰ দ্ধাৰা Blogg ৰ আয় উপাৰ্জন কৰোৱাত সহায় সহায় কৰে । আৰু ই Hosting ৰ ওপৰতে নিৰ্ভৰ কৰে । এটা Blogg ক বিভিন্ন কামত প্ৰয়োগ কৰা হয় লাগিলে যি blogg এই হওঁক ইয়াক দৈনন্দিন কামত প্ৰয়োগ কৰা হয় । Blogspot ৰ আৰম্ভ হৈছিল 1999 আৰু পিছলৈ Google এ 2003 চনত ক্ৰয় কৰি লয় । আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে চলি আছে ।
☀🔶🔷Website /website Blogg কি ?
ব্যৱহাৰ( Experiment):- আৰু সেই Blogg ক বনাবলৈ কোনো কঠিন Software বা প্ৰযুক্তিৰ আদি Download কৰিবলগীয়া নহয় । ইয়াত নিজৰ Blogg বনাবলৈ নিজৰ Google Account থকাটো আটাইতকৈ গুৰুত্বপুৰ্ণ । আৰু ইচ্ছা অনুসৰি Domain Name ৰাখিব পাৰি । Blogspot ত অন্য Blogg বোৰৰ দৰে সুবিধা নাথাকে কিন্তু ইয়াৰ Tools আৰু অন্য সুবিধাবোৰে Blogger সকলক সহজ কৰি দিয়ে । কিন্তু ইয়াৰ অৰ্থ সেইটো নহয় যে Blogspot ত নতুন Tool উপলব্ধ নহয় বুলি ইয়াতো উপলব্ধ হয় । উদাহৰণস্বৰূপে ইয়াৰ Themplate পৰিবৰ্তন কৰিব পাৰি উন্নত ধৰণৰ ।
সীমিত নিয়ম(Limitation)
Blogger ৰ অসীমিত storage আৰু wavelength সীমিত প্ৰতিটো Account ত॥
◼Bloggৰ সংখ্যা(Number of Blogs):-অসীমিত
◼পৃষ্ঠাৰ মাপ(Page size):- বিশিষ্টভাৱে পৃষ্টাটোৰ 1MB ত সীমিত ।
◼লেভেলৰ সংখ্যা(Lavels Number):- 20 তাতকৈ অধিক ।
◼ফটোৰ সংখ্যা(Photo Number ):-1GB লৈকৈ ।
◼ ফটোৰ মাপ(Photo size):- 800px ত সীমিত ।
◼গোঠ সদস্য(Team Member):- 100 তকৈ অধিক ।
Blocked (Blogspot উপলব্ধ নোহোৱা )
Fiji
China
Iran
Pakistan
Syrian Arab Republic
Myanmar
Turkey
| Row 1, Column 1 | Row 1, Column 2 |
| Row 2, Column 1 | Row 2, Column 2 |


0 Comments