Header Ads Widget

The Falcon and Winter Soldiers In Assamese Language অসমীয়াত পঢ়ক॥

 

The Falcon and Winter Soldiers In Assamese Language অসমীয়াত পঢ়ক॥

The falcon and the winter soldiers



কাহিনীটোৰ  সম্পুৰ্ণ আৰম্ভ হয় Avenger Endgame ৰ  শেষৰ দৃশ্য অৰ্থাৎ  Stive Roger (Old Captain America) এ Falcon  Sam ক  নিজৰ  Captain America Sield টোক তেওঁৰ হাতলৈ ঘটাই দিয়ে । ইতিমধ্যে যোৱা 23-04-2021 তাৰিখে The Falcon and Winter Soldier নামৰ Series টোৱে ছটা খন্ডৰে First sesionটো সামৰণি মাৰে ॥

Episode  অনুসৰি ইয়াৰ কাহিনীবোৰ এনেধৰণৰ :--

First Episode:-   দৃশ্যটো আৰম্ভ হয় এখন হেলিকেপ্তাৰৰ মাজত কিছু Fightingৰ দৃশ্য যত এজন US সৈনিক এজনক kidnap কৰি লয় লৈ যায় দুই তিনিজন সন্ত্ৰাসে। Falcon Sam এ Captain America   Sield টোক US চৰকাৰলৈ হাতলৈ ঘটাই দিয়ে তেওঁৰ মতে ভাৱে যে সি(Falcon) Captain America ৰ ভাৱে যোগ্য নহয় । কিন্তু তাৰ ভাৱে সুখী নাছিল একালৰ Captain Americar বন্ধু Buky (The Winter Soldiers)আৰু বৰ্তমান Falcon ৰ বন্ধু বুলিবওঁ পাৰি যত একেলগে কাম কৰিব অনাগত episode বোৰতো ॥

Downloads Now


Post a Comment

0 Comments