Header Ads Widget

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,ষষ্ঠ খন্ড episode 6 ,Karchang Ta:ka:r

 হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,ষষ্ঠ খন্ড episode 6 ,Karchang Ta:ka:r

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,ষষ্ঠ খন্ড episode 6 ,Karchang Ta:ka:r
episode 6



জানুৱাৰী মাহটিৰ শেষ দেওঁবাৰ দিনা ৰাতি  ন বজাত প্ৰণয়ে চুনামিক এনো ফোন কৰিছে । 

প্ৰণয় :- হেল্লো দেহাটো কি কৰিছা ? আপুনি আচৰিত আচৰিত লগা নাইনে ? আপোনাৰো লাগিছে যেতিয়া চুনামিৰ ৰোমমেট জাহ্নৱীৰো বেছিকৈয়েই লাগিছে ,তাইৰ মগজুৰ কেন্দ্ৰত এটাই প্ৰশ্ন পাঙিছে প্ৰণয় আৰু চুনামিৰ মাজত কিছু ঘূৰ্ণীবতাহ বলিছে বুলি । চুনামি কান্দি কান্দি কৈছে ! বেছিকৈয়েই উৎকন্ঠিলিত হৈছে ?

চুনামি :- ঐ চুনু মোক বেয়া নাপাবি আহ! তুমি যে দিয়া ?

প্ৰণয়:- কিয় কান্দিছা ,

চুনামি :- তুমি দিয়া বাৰ্বি ডল ভাঙিলে অ !

দেওঁবাৰ বুলি জাহ্নৱী আৰু চুনামিয়ে কোঠাটোক চাফাই কৰি থাকোতে এনে বাৰ্বি ডলটোৱে মাটিত পৰি ভাঙি থাকিলে সেয়ে তাই এনো কান্দিছে ।  নাকান্দিবনো কিয়নো প্ৰণয়ে যে ইমান কষ্ট কৰি ৰাতি অকলে তাইৰ ভাৱে ,তাইক উপহাৰ দিবলৈ কষ্ট কৰি আনিছে ,সেয়ে থাকে ভাৱি কান্দিছে । প্ৰণয়ৰ বুকুখন ভিজিছে কাৰণ চুনামিয়ে যে তেওঁৰ ভাৱে চকুৰ পানী যে মচিব দিছে । সেইবিলাক দৃশ্য চাইয়ে অবাক জাহ্নৱী । এইবিলাক চাই থাকোতেই এনো জাহ্নৱীৰ  তেজৰ মহাধমনীবোৰ কাম নকৰা হৈ যায়গৈ বুলি কৈছে মই কোৱা নহয় জাহ্নৱীয়েই কৈছে । কথাবোৰ শুনাৰ পিছত প্ৰণয়ৰ বিৰম লাজুকুৰীয়া হাহিঁ । তাৰ মাজে মাজে নিলমৰ চকু চাৱনিত ভাষ্য।

নিলম:- অওঁ,..লৰা মানে বহুত আগবাঢ়িল  ! যি শুনিছো মানে এতিয়া মই ছাতিখন খিনি সাজু হলেই হল আৰু কি কোৱা নিয়ৰ  ।

আমি সকলোৱে হয় বৰ দিলো ।

হৃদয়ৰ বাগিছাৰে সুবাসী তুমি ,ষষ্ঠ খন্ড episode 6 ,Karchang Ta:ka:r
episode 6


কিছুদিনৰ পিছত,,মহাবিদ্যালয়লৈ বুলি অচিনৰ লগত সি ভাৱে যে মোৰ হৃদয়ত যে নিবেদিতাক লৈ কিছু সপোন দেখিছে সেয়াওঁ মিছাওঁ নহয় ,আৰু অচিনৰো ডেৰ ঘন্টাৰ বেলৰ টিং টিংঙনিৰ শব্দবোৰৰ মাজতো যেন ৰহস্য যেন লুকাই আছে সেয়াওঁ মিছা নহয় ।সি জানে অচিনে, সিদিনা নিবেদিতাই মোৰ ফোন নাম্বাৰ লৈ গৈছে বুলি আৰু ভাৱে যে তাইৰ লগত সম্পৰ্কত আছে বুলি । আচলতে সেয়া  মোৰ প্ৰেম নাছিল যদি কওঁ আকৰ্ষনে আছিল হয়টো হিন্দী চিনেমাৰ দৰে এট্ৰেক্সনহে আছিল । প্ৰেমৰ সংজ্ঞা দিব নাজানিলেওঁ আজি কওঁ "আচলতে প্ৰেম বুলি কলে দিনে-নিশাই উশাহে নিশাহে প্ৰেমৰ ঢাৰিক লৈ বিভুৰ হোৱা,যেন সেই প্ৰেমত পৰিলেই যাতে কব পৰা হব লাগিব she is only for  me,তাইৰ প্ৰেমত পৰাৰ লগে লগেই অন্য কোনো যাতে মোক মোহাছন্ন কৰিব নোৱাৰে প্ৰেম এনেকুৱা হব লাগে ,   ''প্ৰেম এনেকুৱা হওঁক যত তাইৰ বাহিৰে আৰু কোনোৱেওঁ মুহিব নোৱাৰে''"কিন্তু মোৰ ক্ষেত্ৰত হোৱাই নাই ,মহাবিদ্যালয়ত দেখিলেহে নিবেদিতাৰ প্ৰতি প্ৰেম জাগে আৰু ঘৰত ,,তাইৰ নাম কোনো ৰূপৰ চিনেই মনলৈ ভাহি নাহে "গতিকে মোৰ প্ৰেম কৰাৰ যোগ্যওঁ নাই ॥

তপাপিয়ো.....(next episode)


প্ৰথম খন্ডৰ লিংক:-ইয়াত ক্লিক কৰক

দ্বিতীয় খন্ডৰ লিংক :-  ক্লিক কৰক

Post a Comment

0 Comments