Header Ads Widget

Website Blogg কেনেকৈ বনায় ?Website কি ?

 

Website Blogg কেনেকৈ বনায় ?Website কি ?

Website Blogg কেনেকৈ বনায় ?Website কি ?
mybloggingtapan


Website কেনেকৈ বনোৱা হয় নতুবা Blogging Website কেনেকৈ creat কৰা হয়  , অন্যৰ Website চায় কেতিয়াবা আপোনাৰ মনতো প্ৰশ্নটো উদয় নহয়নে বাৰু?
Website কেনেকৈ Creat  কৰে ?

গতিকে আপুনি সেই Blogg টো মন দি পঢ়িব ॥

বৰ্তমান সময়ত  ইন্টাৰনেটৰ প্ৰাধান্যত বহুতো mediaৰ জন্ম হৈছে ,লাগিলে Internet ত Viewer এই হওঁক নতুবা  Creator এই সকলোৱেই নজনা বিষয় Google বিচাৰে ॥ আজি কালি Website  বনায় নতুবা  Blogging website বনায়ো ঘৰতে বহি টকাৰ income source  হিচাপে বাচি লৈছে । Website ক web বুলিয়ো কোৱা হয় পৃথিৱীত প্ৰথম website নিৰ্মান কৰিছিল Tim Berner lee য়ে । আজিকালি সকলোবোৰ বিষয়ৰ তথ্য জানিবলৈ Google  বা Bing আদি Search engine ত বিচাৰে আৰু অধ্যয়ণ কৰে ।

Website  কি?

আজিকালি যিকোনো বস্তু তথা online shoping,Booking,travelling ticket আদি কামবোৰ website ৰ দ্বাৰা সম্পন্ন কৰা হয় ।Websiter ৰ দ্বাৰা সকলো সমস্যাৰ সমাধানো পোৱা যায় ॥

Website কেনেকৈ বনাবা ?

Website বনাবলৈ বিভিন্ন ধৰনৰ flatfromৰ সহায় লোৱা হয় । কিছুমান site বনাবলৈ paid  কৰিবলগীয়া হয় আৰু কিছুমানত free তেই বনাব পাৰি । আৰু এনেধৰনৰ flatfromৰ ভিতৰত জনপ্ৰিয় site সমুহ হল :-
🔹Blogger
🔸Wordpress

Post a Comment

0 Comments