Hiya Folding Led Desk Lamp আপুনি ব্যৱহাৰ কৰেনে ??
বসন্ত ঋতুৰ পিছত যিহেতু বৰ্ষা ঋতু আহে অৰ্থাৎ বৰষুণৰ ছিজন হয় অাৰু সেই সময়ছোৱাত মানে বৰষুণৰ ছিজনত ঘৰৰ তথা সকলোৰে বিজুলীৰ সমস্যাত সন্মুখীন হব লগীয়া হয় । ছাত্ৰ-ছাত্ৰীৰ পঢ়াত অসুবিধাত পৰিবলগীয়া হয় । যিহেতু মইয়ো ছাত্ৰ সেয়ে লৈ ললো online shoping অৰ্থাৎ Flipkartৰ পৰা Hiya Folding Led Desk Lamp ৰ লেম্প খন লৈ ললো ॥Lamp খনৰ সুবিধাসমুহ হল
Nordic Simple Intergent touch
(i) First Gear Is low gear :- first gear ত আপোনাৰ চকুৰ ভাৱে উপযোগী যত গভীৰ ৰাতিত॥
(ii)Second Gear Is middle gear :- সেইটো gear ত first geart তকৈ পোহৰ সাব্ৰতা বঢ়াবলৈ সেই second gear টো touch কৰিলে হল ॥
(iii) Third Gear Is High-End:সেই তৃতীয় geart টো ঘৰৰ পাকঘৰত বা কোনো ডাইনিং ৰুমত ঘৰৰ পৰিয়ালৰ কথোপকথন কৰিবলৈয়েই আটাইতকৈ উপযোগী ॥
Features of this Lamb
(i) আপুনি চেপেটা চাৰ্জাৰেদি charge কৰিব পাৰিব ॥
(ii)Screen Touch system.
(iii)No double shadow.
(iv)Long Life span.
(v) Electric durability.
আপুনি Flipkart আৰু Amazon ৰ পৰাওঁ order কৰিব পাৰিব॥
তলত Flipkart ৰ link টো দিয়া আছে ॥



0 Comments