Header Ads Widget

জবা ফুলৰ বিষয়ে জানোঁহকAbout of Hibiscus-MBT

 জবা ফুলৰ বিষয়ে  জানোঁহকAbout of Hibiscus-MBT

জবা ফুলৰ বিষয়ে  জানোঁহকAbout of Hibiscus-MBT
hibiscus



আৰম্ভণি:- জবা ফুল হৈছে চিৰসুৰজ পুষ্পধাৰী উদ্ভিদ । জবাফুল পৰিৱেশ অনুসৰি বিভিন্ন ধৰনৰ পোৱা যায় । ইয়াক চীনা গোলাপ বুলিয়ো কোৱা হয়।

পাকৃতিক বৰ্ণনা :- জবা ফুল  এবিধ গুল্পজাতীয় উদ্ভিদ ইয়াৰ উচ্চতা প্ৰায় ২.৫-৫মি (৮-১৬ফুট)ইয়াৰ পাতবোৰ ডাঠ সেউজীয়া ত্ৰিভূজাকৃতিৰ  লগতে গ্ৰীষ্ম আৰু বসন্তকালত ৰঙা হয়। অৱশ্যে প্ৰকৃতিৰ মাটিৰ ভাৰসাম্য অনুসৰি বিভিন্ন ধৰনৰ জবাফুল দেখিবলৈ পোৱা যায় ।যেনে-বগা,হালধীয়া,কমলা আদি।
                         বাগিছা বা বাগানবিলাকত জবাফুলক  গছ হিচাপে ব্যৱহাৰ কৰা হয় । কাৰণ  উপগ্ৰীষ্ম অন্সলত ১০°ছেলছিয়াচত তাপমাত্ৰা সহ্য কৰিব পাৰে । আনহাতে নাতিশীতোষ্ণ অন্সলত জবা গছক গ্ৰীণ হাউচ হিচাপে ৰখা হয় । ইয়াৰে  বিভিন্ন ধৰনৰ সংকৰ প্ৰজাতিৰ উৎপন্ন কৰা হয় ।

বিভাজন/চিনাক্তকৰণ

Kingdom:- Plantae
    Clade:- Tracheophytes
        Order:- Malavaceae
            Family:-  Malavaceae
                Tribe:-  Hibiscus
Scientific name:- Hibiscus rosa sinensis

আনহাতে ঠাই অনুসৰি ইয়াৰ নামাকৰণ কৰা হৈছে মালায়ালমত সেম্পাৰাত্তি,তামিলত সেম্বাৰুথি,বাংলাত জবা,হিচাপে জনা যায় আনহাতে চীন দেশত ৰঙা গোলাপ বুলি ।

জবা ফুলৰ বিষয়ে  জানোঁহকAbout of Hibiscus-MBT
পাতৰ সৈতে জবা ফুল


জবাফুলৰ গুনাগুন/ব্যৱহাৰ
(i)চৌখতা আৰু খজুৱতি ৰোগ দুৰ কৰবলৈ ব্যৱহাৰ কৰা হয় ।
(ii) বিষমুৱা বা বিহমুখ ৰোগত ব্যৱহাৰ কৰা হয় ।
(iii) চৰ্দি আৰু কাঁহত  জবা ফুলৰ বেট বস কৰি পানীৰ লগত মিলাই খালে সু্স্থ হয়।
(iv)কেশৰ বৃদ্ধি কৰিবলৈ পাত্ৰৰ ৰস তেলৰ লগত মিলাই চুলিত লগালে চুলি/কেশ বৃদ্ধি হয় ।

Keywords:-
জবাফুলৰ ৰচনা
জবাফুলৰ বিষয়ে
জবাফুলৰ গুণাগুণ



জবাফুলৰ বিভিন্নতা
জবাফুলৰ ৰং

Post a Comment

0 Comments