Header Ads Widget

লকডাউনৰ ইটো অপৰাহ্ন বেলিকা

 লকডাউনৰ ইটো অপৰাহ্ন বেলিকা

mybloggingtapan



লকডাউনৰ ইটো বেলিকা কৰণাই মুৰত এঘালমান প্ৰটকলৰ নিয়মবোৰ টুপীৰূপে পিন্ধাইছে বাৰ বজাৰ পিছত যদি ওলাই যায় তেন্তে লাঠী দিবলৈ আৰক্ষীওঁ পথৰ দাতিঁ কাষত থিয় হৈ আছে । গতিকে সাৱধান ৰাইজ মুখত মাক্স পিন্ধক,নিয়মবোৰ মানি চলক  তাৰ পিছতো ওলালোঁ দুই চকীয়া এভেন্জাৰ বাহন লৈ । পিছফালে বহি গৈছিল বৰ দেউতা আৰু মই চালকৰূপে ,মূখ্য পথৰ মাজতো যাবটো নোৱাৰোয়েই গতিকে সেয়ে গাৱৰ অলি-গলি চুকৰ ৰাস্তাএদি গলো। বোলো বালিজানত মিটিং এখন আছে জনসমাগম নোহো‍ৱাকৈ দুই-তিনিজনীয়া সভা । 

অপৰাহ্ন /sunset photo
sunset photo

জোনাকৰ ফটোঅপৰাহ্ন /sunset photo
জোনাক


সমুখত বামুণগঞা গাৱৰ নাৰীবিলাক পৰিবৰ্তনীয় ৰূপ তিনিআলিৰ এচুকত আৱচি জোৱা খেল মই দেখিছো খেলাবোৰ কিন্তু মই নাজানো কেনেকৈ খেলে,জানিবৰ একেবাৰে ইচ্ছা নাই । তাত মহিলাসকলে খেলিছে কাষতে দুই-এজনী তিৰোতাই কলহত বগা আপং বেছি আছে আপংঙৰ ৰাগীত  নিচাতুৰ বুঢ়াই ঐনিতম গাইছে আপংঙৰ নিচাত কৰণা কি সকলো পাহৰিছে । গাৱৰ বাটে বাটে গৈছো বাটবোৰ বৰষুণৰ স্পৰ্শত মসৃণ হৈ আছে পানী আৰু মাটি মিলি বোকামাটি ,বোকাৰ মাজে মাজে গলো পিছলি যোৱা বাট দুবাৰ মান এনেকৈ পৰিছো উপায় নাই,নহলে পুলিছে দিব লাঠী শেষত মিটিংস্থলীত দেখা দিলো । ইটোৰ পিছত ইটো বক্তব্য ৰাজনীতিৰ কথা সৰুকৈ হলেওঁ বৰঠা এজন ৰাজনীতিৰ মানুহ পন্সায়তৰ সদস্য আৰু সভাপতিৰ আসন নিজৰ অধীনলৈ আনিছে । সেয়ে আজি তাৰ ওপৰতেই ,চাংঘৰৰ ওপৰতে মিটিং ,এনেই সময়ত অলপ সময়ৰ বাবেওঁ ৰব পৰা নাছিল মটৰ চাইকেলখন বোকাৰে লেতেৰা হৈছে সেয়ে ঘৰৰ মানুহজনীৰ পৰা বাল্টি লৈ চাফা কৰা কামত হাত তুলিলো । অলপ সময়ৰ পিছত চাংঘৰত উঠিলো সিহঁত কথা পাতি আছিল বৰঠাই মোৰ বিষয়ে কৈছিল প্ৰসশাং সুৰত বৰ্তমান এনো বিএছচি পঢ়ি আছে এল টি কে কলেজত ।বহুত দেৰি হৈছিল সেয়ে বৰঠাক বৰকৈ আমনি কৰিছিলো বলাগৈ ঘৰলৈ বুলি নহলে দিব পুলিছে বোধ কৰো আপুনি বুজিছে নহয়নে? মাতি থকাৰ বাবে আমনি পাইছিল মাজে মাজে কৈছিল ঘৰৰ মানুহজনীয়ে; খুৰা লৰাজনক আৰু ইয়াক লগত লৈ নানিবা লৰাজন বহুত শান্ত বিজ্ঞান শাখাত পঢ়ি আছে মানসিকভাৱে বৰ অশান্তি কাৰণ সিহত পঢ়াত বহুত মন দিব লগীয়া হয় দেখিছানে ? সময় এক বাজিছিল বাইকখন লৈ ঘৰ মুৱা হলো গড়ছিগা হৈ শেষত ঘৰত পালোগৈ।

অপৰাহ্ন /sunset photo
অপৰাহ্ন বেলিকাৰ ফটো



ঘৰত অলপ সময়ৰ বাবে জিৰণি ললোঁ ,দোকানৰ পৰা অনা আঠাক শুকান ৰুটি বনাইছে আশা অনামিকাই আমি সকলোৱে খালো ,কিছুসময়ৰ পাছত বাৰীত গৈ কঢ়ি আনিলোগৈ ।তাৰ পাছত গাঁ ধুলো ইয়াৰ পাছতেই ৰাগ বিললৈ গলো বেলি পশ্চিমত মাৰ যোৱাৰ অৱস্থা ইউটিবৰ বাবে বিডিঅ নিৰ্মানত ব্যস্ত হলো বিডিঅ আপলোডৰ বাবে ইন্টাৰনেটৰ দৰকাৰ আছিল আজিৰ দিনটো আটাইতকৈ নেট শ্ল হৈছিল বৰ বিৰক্তৰৰ সময় ।বিডিঅটোৰ লিংক তলত পাব ,ইচ্ছা কৰিলে আপুনি চাব পাৰিব।


সুনিলো আহিছিল ইউটিউবত মহাভাৰত খণ্ড ৫২ টিক ডাউনলোড কৰিছিল । অৱশেষত ৰঙাবেলিয়ে পশ্চিমত মাৰ যোৱাৰ ক্ষণ আহি পৰিছিল ,এখন্তেক দুয়ো মিলি ফটো তুলিলো ।ক্ৰমে জোনেওঁ দেখা দিছে । বাৰু যিকিনহওঁক আজিলৈ ইমানেই ।॥

Post a Comment

0 Comments