Header Ads Widget

অসমীয়াত free কৈ website কেনেকৈ বনাব/ blogger ৰ পৰা কেনেকৈ website বনাব- কাৰ্চাং তাকাৰ

 

অসমীয়াত free কৈ  website কেনেকৈ বনাব/ blogger ৰ পৰা কেনেকৈ  website বনাব- কাৰ্চাং তাকাৰ

অসমীয়াত website
কেনেকৈ বনায়


নমস্কাৰ মই কাৰ্চাং আজি মই  আপোনালোকক কব গৈ আছো আমি free তে কেনেকৈ website বনাম ,ইতিমধ্যে আমাৰ অসমীয়া ভাষাতো  ইন্টাৰনেট জগতত News portal website নতুবা কিছুমান e-megazin দেখিবলৈ পোৱা যায়, সেইবোৰ কেনেকৈনো বনায় । আহক আজি তাৰ ওপৰতেই আলোচনা কৰিম ।তেনে website  বনাবলৈ বহুতো Platefrom ৰ উদাহৰণ আছে সেইবিলাকৰ ভিতৰত Blogger,Wordpress,wix.com,hotshot  আদি  ॥আৰু সেই website  টো বনাবলৈ Domain ৰ প্ৰয়োজন হয় যেনেকৈ উদাহৰণ স্বৰূপে www.dibruexam.in,www.e-govassam.com আদিবোৰ । কিন্তু আটাইতকৈ ডাঙৰ কথাহল সেই Domain name বোৰ  creat কৰিবলৈ Monthly বা yearly সিহঁতক Paid কৰিবলগীয়া হয় । আজিৰ সেই বিষয়টো হৈছে Free টে আপুনি কেনেকৈ বনাব আৰু ইয়াৰ ভাৱে একমাত্ৰ Platefro. টো হৈছে www.blogger.Com

কেনেকৈ বনাব free কৈ


First step : প্ৰথমে googlechrome নতুবা অন্য browser ত  www.blogger.com  বুলি search  কৰক।  তলত দিয়া ধৰনেৰে দেখিবলৈ পাব

blogger.com
blogger.com



Second Step:-  তাৰ পিছত blogger.com টোক touch  কৰি open কৰিব ,open কৰাৰ পিছত  sign in  বুলি show  হব তাত গৈয়েই আপুনি sign in  কৰিবলৈ আপোনাৰ  gmail.id  ৰ দৰকাৰ  হব  আৰু তাত sign  কৰিব  ।

Third Step:-  তাৰ পিছত setting  ত গৈ   chose your blogg name  বুলি থাকিব তাত আপোনাৰ বনাবলগীয়া blogg  name  টো দিব লাগিব । ইয়াৰ পিছত scrawll কৰি গৈ থাকিলে domain name টো বনাব লাগিব..
উদাহৰণস্বৰূপে
blogg name:- sahityordeoka
domain.sahityodeoka.blogspot.com

আপুনি তলত দিয়া ফটোকে চাব পাৰি

অসমীয়াত website
blogger


Four Step:- গতিকে ইয়াৰ পৰা গম পালোৱেই domain name  আৰু blogg name  কেনেকৈ বনায় । এতিয়া আমি blogg বা  post কেনেকৈ  publish  কৰিব তাৰ ওপৰত চাম । তাৰ আগতে আপুনি manu বা  dashbord ত ক্লিক কৰক তাত আপুনি post বুলি দেখিবলৈ পাব আৰু (+) যোগ চিন দেখিবলৈ সেই যোগ চিনটোক click  কৰক ।

অসমীয়াত website
+চিনত ক্লিক কৰক



আশা কৰিছো আমাৰ সেই post টি আপোনাক website making  কৰাত । ধন্যবাদ ।

Post a Comment

0 Comments