Header Ads Widget

আহক আমেৰে চাটনি বনাওঁ Tapan Payeng

 বৰ্তমান গৰম দিনত সকলোতেই আম পোৱা যায় । অৰ্থা গ্ৰীষ্মকাল হৈছে আমৰ ছিজন সেয়ে আজিৰ সেই ব্লগটো আমক লৈয়েই গুৰুত্ব দিয়া হৈছে ।তেন্তে আৰম্ভ কৰো আমৰ পৰা কেনেকৈ চাটনি বনাম ॥

karchang takar
youtube


(ক) প্ৰথমে আপুনি গছৰ পৰা আম পাৰি আনিব লাগিব ।


(খ) আমৰ টেঙা উপদ্ৰৱটো কমাবলৈ ইয়াৰ লগত মিহলাবলৈ পদিনা,নৰসিংহ তেনে জাতিৰ শাক বাৰীৰ পৰা চিঙি আনক ।


(গ) নহৰু,আদা আদিৰ দৰে মছলাৰ যোগাৰ কৰক ।


(ঘ) লগতে আমবোৰ পিচিবলৈ ফটা ব্যৱহাৰ কৰিব নতুবা ইলেকট্ৰনিক মিক্সাৰ মেচিন ব্যৱহাৰ কৰক ।


(ঙ) আমৰ লগত একেলগে জলকীয়া,নিমখ,আদিৰ লগতে নৰসিংহকো ফটা পিছি দিয়ক নতুবা মিক্সাৰ মেচিনত মিক্স কৰক ।




আপুনি যদি চাব বিচাৰে তেন্তে তলত দিয়া বিডিঅটিক ক্লিক কৰি চাব পাৰিব ॥







আজিলৈ ইমানেই ॥


Post a Comment

0 Comments